Home অন্যান্য খবৰকাছমাৰীত তিৱা সাহিত্য সভাৰ সাহিত্য সমাৰোহ

কাছমাৰীত তিৱা সাহিত্য সভাৰ সাহিত্য সমাৰোহ

by News Desk
A+A-
Reset
tiwa

নগাঁওঃ  তিৱা ভাষা সাহিত্যৰ উন্নয়ন আৰু বিকাশৰ উদ্দেশ্য আগত ৰাখি তিৱা মাথনলাই তখ্ৰা (তিৱা সাহিত্য সভা) ৰ  উদ্যোগত আজি নগাঁও জিলাৰ কাছমাৰীত এক বৰ্ণাঢ্য পৰিবেশত দিনযোৰাকৈ  তিৱা সাহিত্য সমাৰোহ  সম্পন্ন হৈ যায় ৷ তদুলক্ষে পুৱা এই সমাৰোহৰ পতাকা উত্তোলন কৰি  তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি লাল সিং মাদাৰে তিৱা ভাষাটো আজিলৈকে লিখিত ৰূপত প্ৰতিষ্ঠা নোহোৱাত গভীৰ দুখ  প্ৰকাশ কৰি ভাষাটোক নতুন ৰূপত লিখিত ভাৱে প্ৰতিষ্ঠা কৰিবলৈ সকলোৰে সহায় সহযোগিতা  কামনা কৰে ৷  

স্মৃতি তৰ্পণৰ শুভাৰম্ভ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি অৰ্জুন বৰদলৈয়ে ৷ তাৰ পাছতে সমাৰোহখনি আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তুলসী বৰদলৈয়ে ৷ নগাঁও জিলা ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি বীৰেণ লালুঙে আদৰণি ভাষন প্ৰদান কৰা সমাৰোহখনিত বিশিষ্ট অতিথি ৰূপে  ভাষন প্ৰদান কৰি  বড়ো সাহিত্য সভাৰ  প্ৰাক্তন উপসভাপতি বিশেশ্বৰ বসুমতাৰীয়ে  কয় যে তিৱা সাহিত্যত প্ৰয়োগ হোৱা শব্দ সমূহৰ মূল উৎসৰ অনুসন্ধান আৰু বিশ্লেষন ভাষাটো ধৰি ৰখাৰ বাবে অতি দৰকাৰী কথা ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0