নদীবান্ধৰ নিৰ্মাণকাৰ্য্য নিম্নমানৰ, টিএমপিকেৰ চৰজমীন তদন্ত

Home অন্যান্য খবৰনদীবান্ধৰ নিৰ্মাণকাৰ্য্য নিম্নমানৰ, টিএমপিকেৰ চৰজমীন তদন্ত

নদীবান্ধৰ নিৰ্মাণকাৰ্য্য নিম্নমানৰ, টিএমপিকেৰ চৰজমীন তদন্ত

by News Desk
75 views
A+A-
Reset

গেৰুকামুখঃ গোগামুখৰ নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প নিৰ্মাতা এনএইছপিছিয়ে নামনি অংশত বান প্ৰতিৰোধ কৰিবৰ বাবে যিসকল স্বাৰ্থান্বেষী, লুন্ঠনকাৰী ঠিকাদাৰক নিয়োজিত কৰি বৰ্তমান তেওঁলোকৰ কাম অতি নিম্ন মানদণ্ডৰ হয় বুলি প্ৰকাশ কৰিছে টিএমপিকে কেন্দ্ৰীয় সমিতিয়ে।

কেন্দ্ৰীয় সমিতিৰ সম্পাদক পদ্মলোচন দলেৰ সহযোগত প্ৰায় বিশজনীয়া এটা দলে পৰিদৰ্শন কৰি নিৰ্মাণৰ কাম অতি নিম্ন মানদণ্ডৰ হৈছে বুলি প্ৰকাশ কৰে। জানিব পৰা মতে অমিয়া দলে আৰু ভবানন্দ দলে নামৰ ঠিকাদাৰকেইজনে সঞ্জীৱ কুমাৰ চুমন নামৰ এনএইছপিছিৰ অভিযন্তাজনৰ লগত গোপন বুজাবুজি কৰি নিজৰ মুনাফাৰ আশাত এনে কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0