27
Jul
2021
লাভলিনা কোৱাৰ্টাৰ ফাইনেলত

টকিঅ’ : অসম কন্যা লাভলিনা বৰগোহাঞিয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷আজিৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত লাভলিনাই জাৰ্মান প্ৰতিদ্বন্দ্বী আপেটছ নেডিমক ৩-২ ব্যৱধানত পৰাস্ত কৰে৷লাভলিনাৰ বিজয়ত উৎফুল্লিত হৈ পৰিছে অসমৰ লগতে সমগ্ৰ দেশ৷লাভলিনাৰ পৰৱৰ্তী খেল অহা ৩০ জুলাইত হব কোৱাৰ্টাৰ ফাইনেল৷