Home অন্যান্য খবৰবেডমিণ্টনত সিন্ধুৰ ব্ৰঞ্জঃ,৪১ বছৰ পিছত পুৰুষ হকীত ভাৰত ছেমিফাইনেলত

বেডমিণ্টনত সিন্ধুৰ ব্ৰঞ্জঃ,৪১ বছৰ পিছত পুৰুষ হকীত ভাৰত ছেমিফাইনেলত

by News Desk
83 views
A+A-
Reset

টকিঅ’:টকিঅ’ অলিম্পিকত বেডমিণ্টনত পদক প্ৰত্যাশী ভাৰতীয় তাৰকা পি ভি সিন্ধুৱে ব্ৰঞ্জৰ পদক লাভ কৰে৷আজি অনুস্থিত ব্ৰঞ্জৰ পদকৰ এখন খেলত সিন্ধুৱে চীনৰ হি বিং জিয়াওক পোনপটীয়া ২১-১৩ আৰু ২১-১৫ চেটত পৰাস্ত কৰে৷এয়া হ’ল টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে দ্বিতীয় পদক৷গোটেই খেলখনত সিন্ধুৰ হাতত ধাৰাশায়ী হয় চীনা খেলুৱৈগৰাকী৷ইয়াৰ লগে লগে দুটাকৈ অলিম্পিক পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা হোৱাৰ গৌৰৱ অৰ্জন কৰে৷ইয়াৰ পূৰ্বে তেওঁ ২০১৬ চনত ৰিঅ’ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিছিল৷দ্বিতীয় পদকৰ বাবে ভাৰতে দীৰ্ঘদিনৰ অপেক্ষা কৰিব লগা হ’ল৷মনকৰিবলগীয়া যে ভাৰতৰ হৈ টকিঅ’ অলিম্পিকত পদক লাভ কৰা দুয়োগৰাকী হ’ল মহিলা৷ আনহাতে বক্সিংত অসম কন্যা লাভলিনাৰো পদক এটি নিশ্চিত হৈ আছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0