গুৱাহাটীঃ প্ৰতিবছৰৰ দৰেই এইবাৰো টপচেম চিমেণ্টে অসমত বৃদ্ধাবাস আৰু অন্যান্য সক্ষম ব্যক্তিসকলৰ প্ৰতিষ্ঠান সমূহত প্ৰাক ৰঙালী বিহু উৎসৱৰ আয়োজন কৰে। টপচেম চিমেন্টৰ এই ৰঙালী বিহু উৎসৱে এইবাৰ ১০ টা বৰ্ষ সম্পূৰ্ণ কৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী চিমেন্ট উদ্যোগসমূহৰ ভিতৰত টপচেম অন্যতম। টপচেম চিমেন্টৰ এই প্ৰাক ৰঙালী বিহু উদযাপনৰ উদ্দেশ্য এয়ে যে সমাজৰ প্ৰতিটো স্তৰৰ প্ৰতিজন লোকেই যাতে হেঁপাহৰ বাপতিসাহোন ৰঙালী বিহুটিত যাতে আনন্দেৰে উৎযাপন কৰিব পাৰে।