59
লংকাঃ হোজাই জিলাৰ লংকা শংকৰনগৰ আৰক্ষীৰ জালত বৃহস্পতিবাৰে ধৰা পৰে দুই প্ৰবঞ্চক। চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল ৰাম পানীকাৰ আৰু উত্তম দাস নামৰ দুই প্ৰৱঞ্চক।
জানিব পৰা মতে নিজকে সমাজ কল্যাণ বিভাগৰ বিষয়া বুলি পৰিচয় দি ঢলপুখুৰীৰ প্ৰতিমা নাথ আৰু বিলাশিনী দেৱীৰ পৰা ন হাজাৰ টকাকৈ্ দাবী কৰিছিল এই দুই প্ৰৱঞ্চকে।