60
মুছলপুৰঃ বাক্সা জিলাৰ বৰিমাখাৰ মৰাপাগলাদিয়া নদীত আজি উদযাপিত হ’ল জনজাতীয় মৎস্য চিকাৰৰ পৰম্পৰা। জাকে জাকে মহিলাই নদীৰ এবুকু পানীত নামি চলালে মাছৰ সন্ধান।
বৰিমাখা ৰঙালী বিহু উপলক্ষে আয়োজিত জনজাতীয় পৰম্পৰাৰ এই সমূহীয়া মৎস্য চিকাৰত কোনো ধৰণৰ সজুলি নোহোৱাকৈ হাতেৰে চলোৱা সামূহিক মৎস্য চিকাৰ প্ৰতিযোগীতাত শতাধিক জনজাতীয় মহিলাই অংশ লৈ সৃষ্টি কৰে এক নান্দনিক পৰিৱেশৰ