33
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত কৰাইটাৰী নিৱাসী ফাইজল হক (৪৫) নামৰ লোকজন কালি নিশা ৰে’লৰ খুন্দাত নিহত হয়।
ফকিৰাগ্ৰাম বজাৰৰ পৰা ঘৰলৈ উভতাৰ পথত ৰে’ল লাইন অতিক্ৰম কৰোতেই ৰে’লে ফাইজাল হকক মহটিয়াই নিয়ে।