89
দলংঘাটঃ অকৰ্মণ্য বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে ইতিমধ্যে ৰাজ্যত প্ৰায় ৪১ গৰাকী লোকৰ মৃত্যু হৈছে৷ বিদ্যুৎ বিভাগ তথা বিদ্যুতৰ তাৰ বুলি ক’লেই এতিয়া মানুহ আতংকিত হৈ পৰে৷
দৰং জিলাৰ দেওমৰনৈ বাঘৰবাৰীত আজি এঘৰ লোকৰ ঘৰৰ সন্মুখত বিদ্যুৎ পৰিবাহী তাৰ ছিঙি পৰাত আতংকিত হৈ পৰে ৰাইজ৷ গাঁওখনৰ কনক শৰ্মা নামৰ লোকজনৰ ঘৰৰ সন্মুখত বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰাৰ পাছতে হুৱা-দুৱা লাগে।