Home ৰাজ্যমৰিগাঁও, বৰপেটাত পানীত পৰি শিশুৰ মৃত্যু

মৰিগাঁও, বৰপেটাত পানীত পৰি শিশুৰ মৃত্যু

by News Desk
104 views
A+A-
Reset

নগৰবেৰা/বাৰপুজীয়াঃ বানৰ পানী শুকাইছে যদিও বানৰ পানীৰে পূৰ্ণ হৈ থকা দ’ পুখুৰী-খাৱৈ এতিয় কাল হৈছে শিশুৰ বাবে৷ আজি দিনটোৰ ভিতৰত এটি দুবছৰীয়া আৰু এটি চাৰিবছৰীয়া শিশুই বানৰ পানীত পৰি অকাল মৃত্যুক আকোৱালি লয়৷

বৰপেটা জিলাৰ আলোপতিচৰত ঘৰৰ ওচৰতে খেলি থকা অৱস্থাতে এগৰাকী শিশুৰ দ’ খাৱৈত পৰি সলিল সমাধি ঘটে৷ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতিচৰৰ খাটিয়ামাৰীৰ গাঁৱৰ চাহাব উদ্দিনৰ দুবছৰীয়া কন্যা ছামিয়া আখতাৰে আজি পুৱা প্ৰায় ৮ বজাত ঘৰৰ ওচৰতে খেলি আছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0