Home ৰাজ্যধিঙৰ বিধায়ক আমিনুলৰ নতুন প্ৰযুক্তি, দুডাল বাহৰ বিশ্বৰ প্ৰথম খন দলং

ধিঙৰ বিধায়ক আমিনুলৰ নতুন প্ৰযুক্তি, দুডাল বাহৰ বিশ্বৰ প্ৰথম খন দলং

by News Desk
73 views
A+A-
Reset

নগাঁওঃ জাতি, মাটি, ভেটিৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰে সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে৷ সমগ্ৰ ৰাজ্যজুৰি পঞ্চায়ত সমূহত আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি৷ চৰকাৰে উন্নয়নৰ শ্ল’গান লৈ পুনৰ ৰাইজৰ ওচৰ চাপিছে৷ চৰকাৰ গঠন কৰাৰ দুটা বছৰ পাৰ হ’ল যদিও সংবাদ মাধ্যমত বৰ বৰ কথা কোৱাৰ বাহিৰে গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ সাধন কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হয়৷

চৰকাৰখনে সমগ্ৰ ৰাজ্যখনক উন্নয়ন সাধন কৰাৰ বাবে উঠি পৰি লাগিছে বুলি এখন প্ৰতিচ্ছবি দেখুওৱাৰ চেষ্টা কৰি আহিছে যদিও প্ৰকৃত ছবি খন ওলোটাহে৷ আজিও গ্ৰাম্য অঞ্চলৰ বাট-পথৰ অৱস্থা জৰাজীৰ্ণ৷ গ্ৰাম্য অঞ্চল বাট-পথ সমূহ শৰালি-বাৰিষা খোজকাঢ়িব নোৱোৰা পৰিৱেশ আজিও৷ বহু পথত আজিও দলং নোহোৱাৰ ফলত ৰাইজে সমস্যাত পৰি আহিছে৷ ৰাজ্য চৰকাৰে গ্ৰাম্য সমাজ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে কোটি কোটি টকা খৰচ কৰি আহিছে ঠিক তেনে সময়তে এচাম জনপ্ৰতিনিধিৰ বাবে যমৰ যাতনা ভূগিবলগীয়া হৈছে শ-শ লোকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0