Home গুৱাহাটীঅসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিয়ে ২১গৰাকী লোকক প্ৰদান কৰিব বিশেষ বঁটা

অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিয়ে ২১গৰাকী লোকক প্ৰদান কৰিব বিশেষ বঁটা

by News Desk
104 views
A+A-
Reset

গুৱাহাটীঃ ৰাজ্যখনৰ বিভিন্ন দিশত একগ্ৰতাৰে কাম কৰি অহা তথা সমাজ, জাতিৰ বাবে বিভিন্ন দিশত অৰিহণা যোগোৱা কেইবাগৰাকী বিশিষ্ট লোকক বঁটা প্ৰদান কৰিব অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিয়ে৷ অহা ২৯ জানুৱাৰীত গুৱাহাটী মহানগৰীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত হ’বলগীয়া বিশেষ অনুষ্ঠানত ৰাজ্যৰ অন্যতম সামাজিক, সাংস্কৃতিক, ক্ৰীড়াৰ হৈ কাম কৰি অহা স্বেচ্ছাসেৱী অনুষ্ঠান অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিয়ে ২০১৭ বৰ্ষত বিভিন্ন ক্ষেত্ৰত কাম কৰা লোকসকলক বঁটা প্ৰদান কৰিব৷

বঁটা প্ৰাপ্ত সকলৰ নাম ইতিমধ্যে ঘোষণা কৰিছে অনুষ্ঠানটোৱে৷ এইবেলি জীৱন জোৰা সাধনাৰ বঁটা প্ৰদান কৰিব সাংবাদিকতাৰ ক্ষেত্ৰত প্ৰদীপ বৰুৱাক, শিক্ষাৰ ক্ষেত্ৰত বিশিষ্ট বুদ্ধিজীৱী ড০ দীনেশ বৈশ্যক, চিকিৎসাৰ  ক্ষেত্ৰত ডা০ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাক, সংস্কৃতিৰ ক্ষেত্ৰত দ্বীপেন বৰুৱাক, ক্ৰীড়াৰ ক্ষেত্ৰত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্ৰদান কৰিব অনুষ্ঠানটোৱে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0