72
ধিংঃ নগাঁও জিলাৰ ধিঙৰ ধুপগুৰিত শুকুৰবাৰে আৱকাৰী বিভাগৰ অভিযানত জালত পৰে দুই চুলাই মদৰ ব্যৱসায়ী৷
দীৰ্ঘদিনৰ পৰা অঞ্চলটোত অবৈধ মদৰ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে শুকুৰবাৰে পুৱাই ধুপগুৰিত অাৱকাৰী বিভাগৰ এটি দলে অভিযান চলাই৷