117
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত টিপং বৰ নামঘৰত বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত হ’ব ভাগৱত পাঠ।
অহা ২ আৰু ৩ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ২৪ ঘন্টীয়া ভাগৱত পাঠ৷ ১৯৮৫ চনতে স্থাপন হোৱা নামঘৰটোৱে ৩২ বছৰ ধৰি বিশ্ব শান্তিৰ বাবে অনুষ্হঠিত কৰি আহিছে অবিৰত ভাগৱত পাঠ৷