Home অন্যান্য খবৰগোৱালপাৰাৰ জৰাজীৰ্ণ কাঠৰ দলঙৰপৰা পৰি আহত ২

গোৱালপাৰাৰ জৰাজীৰ্ণ কাঠৰ দলঙৰপৰা পৰি আহত ২

by News Desk
60 views
A+A-
Reset

গোৱালপাৰাঃ পুৱা গোৱালপাৰা জিলাৰ দোমনীত দুধনৈ নৈৰ ওপৰত থকা জৰাজীৰ্ণ কাঠৰ দলঙৰ পৰা পৰি গুৰুতৰভাবে আহত হয় নৌছাদ আলী আৰু ছহিদুল ইছলাম নামৰ দুজন লোক৷ দলং ভাঙি বাইক আৰু চাইকেল আৰোহী দুজন নৈৰ পানীত পৰে যদিয়ো ৰাইজৰ তৎপৰতাত দুয়োকে উদ্ধাৰ কৰা হয়৷ গুৰুতৰভাৱে আহত লোক দুজনক সম্প্ৰতি ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত৷

এই দুৰ্ঘটনাত আন কেবাজনো লোকৰ কথমপি প্ৰানৰক্ষা পৰে৷ দোমনী-দহেলা সংযোগী গড়কপ্তানি পথত থকা এই দলংখনৰে যাতায়ত সম্পূৰ্ণভাৱে ব্যাহত হৈ পৰিছে৷ উল্লেখ্য যে দোমনী-দহেলা সংযোগী গড়কপ্তানি পথত দুধনৈ নৈৰ ওপৰত থকা এই কাঠৰ দলংখন বিগত বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ অৱস্থাত আছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0