70
বিহালীঃ বিহালীৰ কুলাগুৰি পথাৰত বন বিভাগে অভিযানত উদ্ধাৰ হয় বন্য জীৱ-জন্তুৰ অৱশিষ্ট হাড়া-মুৰ। এয়া বাঘৰ হাড় আৰু দাঁত বুলি চিনাক্ত কৰা হৈছে। জব্দ হোৱা সামগ্ৰীখিনিৰ মূল্য প্ৰায় ৫ লাখ টকা বুলি অনুমান কৰা হৈছে।
এই ঘটনাৰ সৈতে জড়িত দুজন ব্যক্তি ক্ৰমে জীতেন নমো দাস আৰু প্ৰমোদ হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে বন বিভাগে। এখন মটৰ চাইকেলেৰে এই সামগ্ৰীসমূহ সৰবৰাহৰ চেষ্টা চলাইছিল ব্যক্তি দুজনে।