67
ওৰাংঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাতি কাষৰীয়া গাঁও ১নং আৰু ৩নং কছাৰী ভেটীটোপ গাঁৱৰ দুজন লোকক ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলায় অহা বনৰীয়া মহে বনৰীয়া মহে আক্ৰমন কৰি গুৰুতৰ ভাবে আহত কৰে।
৩নং কছাৰী ভেটীটোপ গাঁৱৰ ছামচুল হকক যোৱা নিশা বনৰীয়া মহে আক্ৰমন কৰি আহত কৰে। আহত হক বৰ্তমান গুৱাহাটীৰ GNRC হস্পিতালতত চিকিৎসাধীন হৈ আছে।