73
ডিজিটেল ডেস্কঃ উবেৰ কাৰত উঠিবলৈ এতিয়া ৪৯ টকা হ’লেই হ’ল। কিয়নো উবেৰে ভাৰতত মুকলি কৰিছে UberPASS।
এই নতুন পাছ লৈ যাত্ৰীয়ে ৪৯ টকাৰ ফ্লেট মূল্যত ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সম্প্ৰতি এই সুবিধা গুৱাহাটীলৈ অহা নাই। বেংগালুৰুত মুকলি হৈছে উবেৰৰ এই নতুন প্লেন।