78
ডিমাকুচিঃ দেওবাৰে সমগ্ৰ বিশ্বজুৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে যীশুখ্ৰীষ্টৰ জয়যাত্ৰা পৰ্ব। ওদালগুৰিৰ ঔৰাংগাজুলী চাহ বাগিছাত মানৱ জাতিৰ কল্যাণ কামনাৰে উদযাপন কৰা হয় জয়যাত্ৰা পৰ্ব।
ঔৰাংগাজুলী খ্ৰীষ্টান মণ্ডলীৰ উদ্যেগত অনুষ্ঠিত এই পৰ্বত শতাধিক খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক উপস্তিত থাকি মানৱ জাতিৰ কল্যাণ কামনাৰ্থে সমূহীয়া প্ৰাৰ্থনাত অংশ গ্ৰহণ কৰে।