Home অন্যান্য খবৰএৰাবাৰী হ’ল আলফাৰ মামাৰ ঘৰ

এৰাবাৰী হ’ল আলফাৰ মামাৰ ঘৰ

by News Desk
61 views
A+A-
Reset

কাকপথাৰঃ সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফাৰ বহু উত্থান-পতনৰ সাক্ষী বিদ্ৰোহী সংগঠনটোৰ বাবে জীৱন-যৌৱন সমৰ্পন কৰা মামা এতিয়া ইতিহাস হ’ল৷ ১৯৭৯ চনৰ সাত এপ্ৰিলত হাঁহ বলি দি আলফাক জন্ম দিয়া সকলৰ ভিতৰত মামা অন্যতম৷ আলোচনাৰ নামত শীত-তাপ নিয়ন্ত্ৰিত ঘৰ-গাড়ীত বিলাসী জীৱন কটোৱাসকলৰ বাবে এতিয়া অতীত হৈ পৰিছে মামা৷ 

আলফাৰ সংগ্ৰামী ইতিহাসৰ তিতা-কেঁহা অধ্যায় উনুকিয়ালে যিটো নাম অস্বীকাৰ কৰিব নোৱাৰি সেইটো নামটোৱেই হৈছে আলফাৰ মামা ভীমকান্ত বুঢ়াগোহাইৰ নাম। সুদীৰ্ঘ ত্ৰিশ বছৰৰো অধিক কাল হাবি-বননিয়ে ঘূৰি ফুৰি স্বাধীন অসমৰ বাবে সসস্ত্ৰ সংগ্রামৰ নেতৃত্ব দিয়া এই গৰাকী সংগ্ৰামী মৃত্যুৰ পিছত যেন এলাগী হৈ পৰিল সংগী তথা একালত মামাৰ আদৰ্শ মানি চলা সকলৰ বাবে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0