54
গৰৈমাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী বীজত পতান ওলোৱাৰ বাতৰি প্ৰকাশ হৈ থকাৰ সময়তে এইবাৰ অচিন বিপদে লগ দিছে কৃষকক। চৰকাৰী ধানৰ বীজেৰে কৰা খেতিত দেখা দিছে এক অচিন ৰোগ।
কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ নগৰবেৰা অঞ্চলটোত কৃষি বিভাগে যোগান ধৰা ধানৰ বীজেৰে কৰা খেতিত অচিন ৰোগে দেখা দিয়াত মুৰে-কপালে হাত দিছে কৃষকে।