60
ডিজিটেল ডেস্কঃ যদি আপুনি উৰাবাতৰিত বিশ্বাস কৰে, তেন্তে এই কথাটো শুনি নিশ্চয় আচৰিত হ’ব যে উৰ্বশী ৰাওতেলাই হেট ষ্টৰী চতুৰ্থখন ছিকুৱেলৰ বাবে ৫ কোটি টকাৰ অফাৰ পায়ো নাকচ কৰিছে।
টাইমচ অব ইণ্ডিয়াত প্ৰকাশিত এটি বাতৰি মতে, দেহা দেখুওৱা কাম কৰাত সংকোচবোধ কৰাৰ বাবেই মোহময়ী অভিনেত্ৰীগৰাকীয়ে এই লোভনীয় অফাৰকো না কৰিছে।