51
ডিফুঃ ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ এটা দলে দেওবাৰে এক যুটীয়া অভিযানত মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷
প্ৰাপ্ত তথ্যমতে, এক গোপন সূত্ৰৰ পম খেদি সেনাৰ ৰেড হৰ্ণ ডিভিজন আৰু অসম আৰক্ষীৰ দলটোৱে পূৱ কাৰবি আংলং জিলাৰ কাকী বনাঞ্চলত লুকাই ৰখা অৱস্থাত এটা একে ৫৬ ৰাইফল ২৪ টা সজীৱ কাৰ্টুজ আৰু দুটা ৰেডিঅ ছেট উদ্বাৰ কৰে৷