74
ডিজিটেল ডেস্কঃ পুনৰ নতুন ৰূপত আহিছে হোৱাটছ এপ৷ জনপ্ৰিয় মেছেজিং এপ হোৱাটছ এপে শেহতীয়াকৈ এপটোৰ কিছু সাল-সলনি কৰিছিল যদিও গ্ৰাহকৰ আপত্তিৰ বাবে পুনৰাই আগৰ সংস্কৰণকে বাহাল ৰাখিবলৈ বাধ্য হৈছিল। কিন্তু এইবাৰ সম্পুৰ্ণ আকৰ্ষণীয় ৰূপত সজাই তোলা হৈছে জনপ্ৰিয় মেচিজিং এপটো।
গ্ৰাহকৰ সুবিধাৰ কেইবাটাও নতুন ফিচাৰ্চ সন্নিবিষ্ট কৰা হৈছে৷ অতি সোনকালে গ্ৰাহকে লাভ কৰিব সুবিধাসুমহঃ