Home অন্যান্য খবৰঅধৰ্মৰে ভৰা বিশ্বত কৃষ্ণ প্ৰয়োজন সদায় আছে

অধৰ্মৰে ভৰা বিশ্বত কৃষ্ণ প্ৰয়োজন সদায় আছে

by News Desk
A+A-
Reset
IMG-20180902-WA0005

সমগ্ৰ ভাৰততে এতিয়া জন্মাষ্টমীৰ বতাহ। অনাদি কালৰে পৰাই ভাৰতীয় সংস্কৃতি কৃষ্ণ কেন্দ্ৰীক। জোতিপ্ৰসাদ আগৰৱালাই সেয়ে তাহানিতে কৃষ্ণ সংস্কৃতিৰ কথা কৈছিল। কৃষ্ণ হৈছে সৃষ্টি তথা উৎসাহৰ প্ৰতীক। কৃষ্ণৰ নিজৰ ভাষাত তেওঁ সদায় ভকত বা কৰ্মীজনৰ অধিন। তেওঁৰ কৃপা লাভ কৰিবলৈ হলে নিৰন্তৰ হৃদয়ত তেওঁক ৰাখি ‘হস্তে কৰা কাম মুখে বোলা ৰাম’ নীতি গ্ৰহন কৰিব লাগিব।

সাহিত্য সংস্কৃতিকে ধৰি গঠনমূলক কামকাজৰ মাজেদি আমি নিৰন্তৰ তেওঁৰেই সন্ধান কৰি আহিছো। তেওঁৱেই বিশ্ব চৰাচৰ তথা প্ৰকৃতি -জগতৰ কাৰণ। চকুৰে নমনা বালিচাহিৰ পৰা অতিকায় জীৱলৈকে তেওঁৰ নিয়ন্ত্ৰণত চলিব লাগিছে। সমগ্ৰ পৃথিৱীক সৃষ্টি কৰাই নহয় নিয়ন্ত্ৰণো কৰি আছে এই পৰমপুৰুষজনাই। সৰল অৰ্থত দুষ্টক দমন শান্তক পালনেই কৃষ্ণ সংস্কৃতি।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0