67
বিহালীঃ বন বিভাগৰ গাফিলতিৰ বাবে বিহালী বনাঞ্চলৰ শিয়ালমাৰিত এটা বনৰীয়া হাতীয়ে সাৱটি লবলগীয়া হয় কৰুণ মৃত্যুক। বুলেডজাৰেদি মৃত হাতীটোক গাতত পুতি দায়িত্ব সামৰিলে বন বিভাগে।
যি সময়ত বন বিভাগে বিহালী বনাঞ্চলৰ শতবৰ্ষ উদযাপন কৰাৰ নামত বিভিন্ন ঠাইত সভা-সমিতি পাতি এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি কৰিছে, সেই সময়তেই বিহালী বনাঞ্চলৰ শিয়ালমাৰিত এটা হাতীয়ে বন বিভাগৰ গাফিলতিৰ বাবে সাৱটি লবলগীয়া হয় কৰুণ মৃ্ত্যুক৷