Home ৰাজ্যকৰ’নাতংকৰ মাজতে পশ্চিম কাৰ্বি আংলঙত বনৰীয়া হাতীৰ উপদ্ৰৱ

কৰ’নাতংকৰ মাজতে পশ্চিম কাৰ্বি আংলঙত বনৰীয়া হাতীৰ উপদ্ৰৱ

by News Desk
80 views
A+A-
Reset

খেৰণিঃ কৰ’নাতংকৰ মাজতে বনৰীয়া হাতীৰ উপদ্ৰৱে ত্ৰাহি মধুসূধন সোঁৱৰাইছে পশ্চিম কাৰ্বি আংলংবাসীক। খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তর্গত মাটিখোলা গাঁৱত তথা খেৰণি ডনবস্ক স্কুলৰ সমীপত বনৰীয়া হাতীয়ে নিশা প্ৰৱেশ কৰাত শংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল।

নিশা অকলশৰীয়াকৈ অহা এটা বনৰীয়া হাতীয়ে উক্ত গাওঁখনৰ তিনিটাকৈ পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। লগতে ৰান্ধনিঘৰৰ খাদ্য সামগ্ৰী, ভঁৰালৰ ধান আদি খোৱাৰ উপৰি বাৰীৰ তামোল-নাৰিকল গছ আদিও ভাঙি বিনষ্ট কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0