Home অন্যান্য খবৰকৃষিৰে সপোন ৰচিছে কৃষ্ণ বসুমতাৰীয়ে

কৃষিৰে সপোন ৰচিছে কৃষ্ণ বসুমতাৰীয়ে

by News Desk
59 views
A+A-
Reset

গোৰেশ্বৰঃ কৃষিতে প্ৰকৃত ধন লুকাই থকা কথাষাৰ সাৰ্থক কৰি সেউজ বিপ্লৱৰ সূচনাত ব্যস্ত এগৰাকী আদৰ্শ খেতিয়ক। একক প্ৰচেষ্টাত একান্তমনে কৃষিত ব্যস্ত হৈ সফল হোৱা এইগৰাকী আদৰ্শ খেতিয়ক বাগসা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ কাউৰবাহা মৌজাৰ হালংবাৰী গাওঁৰ কৃষ্ণ বসুমতাৰী।

নিবনুৱা সমস্যাৰে জৰ্জৰিত এইখন অসমত কেৱল চৰকাৰী চাকৰিৰ পিছত দৌৰা হাজাৰ-হাজাৰ শিক্ষিত যুবকৰ বাবে আদৰ্শস্বৰূপ হৈ পৰা কৃষ্ণ বসুমতাৰীয়ে হালংবাৰী গাওঁৰ পুঠিমাৰী নৈৰ পূব পাৰে প্ৰায় ২০০ বিঘা মাটিত সেউজ বিপ্লৱৰ সূচনা কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0