Home অন্যান্য খবৰনগাঁৱৰ পুৰণিগুদামত সুৰাৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ

নগাঁৱৰ পুৰণিগুদামত সুৰাৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ

by News Desk
A+A-
Reset
liqour_80475_730x419-m

নগাঁওঃ নগাঁৱৰ পুৰণিগুদামত সুৰাৰ বিৰুদ্ধে মহিলাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। পুৰণিগুদাম ৰংদাইচুকৰ শতাধিক মহিলা ওলাই আহি ঘেৰাও কৰিলে গাওঁ খনতে থকা এখন সুৰাৰ বিপনী। দীৰ্ঘদিন ধৰি সত্ৰ-নামঘৰ, বিদ্যালয়ৰ সমীপতে বিপনীখন স্থাপন কৰি এজন স্থানীয় যুৱকে যোগান ধৰি আহিছিল দেশী-বিদেশী সুৰা। 

এই সুৰা পান কৰিয়ে বহু গৃহস্থিৰ ঘৰুৱা পৰিবেশৰ লগতে সামাজিক পৰিৱেশো বিনষ্ট হোৱাৰ অভিযোগ তুলি পুৰণিগুদাম ৰংদাইচুকৰ মহিলাই ঘেৰাও কৰিলে সুৰাৰ দোকানখন।প্ৰতিবাদস্থলীত মহিলাসকলে জিলা প্ৰশাসনে গ্ৰহন কৰা নিলিপ্ত ভূমিকাৰ বাবে উজাৰিলে তীব্ৰ ক্ষোভ। ইফালে বিজেপি চৰকাৰেও গাঁৱৰ যুৱকৰ সংস্থাপনৰ নামত প্ৰদান কৰা সুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰৰ সন্দৰ্ভতো ক্ষুব্ধ মহিলা সকলে তীৰ্য্যক সমালোচনা কৰে শাসনাধিষ্টিত চৰকাৰ খনক। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0