57
ছিপাঝাৰঃ আপুনি অন্ধবিশ্বাস বুলিয়ে কওক বা সাধাৰণ ৰাইজৰ সদিচ্ছা বুলিয়েই আখ্যা দিয়ক, কিন্তু দুৰ্ঘটনা ৰোধ কৰাৰ নাম-কীৰ্তন কৰিবলৈ প্ৰতিকূল বতৰকো নেওচি ৰাজপথত নামিল এজাক মহিলা।
ছিপাঝাৰৰ এইদল মহিলাই ১৫ নং ৰাষ্টীয় ঘাই পথলৈ ওলাই আহি কেৱল নাম-কীৰ্তনেই নহয়, চৰকাৰৰ বিৰুদ্ধেও প্ৰতিবাদী শ্লোগান ওলাল আয়তীৰ মুখৰপৰা।