Home ৰাজ্যলালুকত শ্ৰমিক সমাবেশ আৰু শিক্ষা শিবিৰ

লালুকত শ্ৰমিক সমাবেশ আৰু শিক্ষা শিবিৰ

by News Desk
79 views
A+A-
Reset

লালুকঃ নিজৰ পাপ্যৰ বাবে যুজ দিবলৈ অংগীকাৰ নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ৷ সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ অন্তৰ্গত লখিমপুৰ জিলা সমিতিয়ে লালুকত দুদিনীয়াকৈ এখনি শ্ৰমিক সমাবেশ আৰু শিক্ষা শিবিৰ অনুষ্ঠিত কৰে৷

কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবাশ শ্ৰমিকৰ উপস্থিতিত আয়োজিত শিক্ষা আলোচনা চক্ৰত শ্ৰমিক সকল পাপ্য, কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু ঘটিলে পত্নীয়ে পাব লগা সা সুবিধা, আইনগত সুৰক্ষা আদিৰ সৰ্ম্পকত বিশদ ভাৱে আলোচনা কৰে৷ শুকুৰবাৰে সামৰণি পৰা সমাবেশৰ পুৱা শ্ৰমিক সকলে বিভিন্ন দাবী সম্বলিত শ্ল’গান দি এক সমদল উলিয়ায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0