93
তেজপুৰঃ বছৰটোৰ শেষত অসমৰ কেঁচা সোণলৈ বিশ্বৰ বিৰল সন্মান৷
মু্ম্বাইত অনুষ্ঠিত 6th World Tea & Coffee Expo ত Industdy Leader সন্মান নাহৰবাৰী টি ফেক্টৰীলৈ৷