Home অন্যান্য খবৰডিব্ৰুগড়ত ড্ৰাগছ বিৰোধী দিৱসত সজাগতা সভা

ডিব্ৰুগড়ত ড্ৰাগছ বিৰোধী দিৱসত সজাগতা সভা

by News Desk
61 views
A+A-
Reset

চাবুৱাঃ ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ ভয়াৱহতা সৰ্ম্পকে জনসাধাৰণক সচেতন কৰাৰ লক্ষ্যৰে আজি ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ডিব্ৰুগড়ৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্য্যালয় প্ৰেক্ষাগৃহত এখন ৰাজহুৱা সজাগতা সভা অনুষ্ঠিত হয়। আন্তঃৰাষ্ট্ৰীয় নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত ৰাজহুৱা সভাত ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত সঞ্জয় দত্তই সভাপতিত্ব কৰে।

সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে মহকুমাৰ স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ ৰাজীৱ গগৈয়ে  উঠি অহা প্ৰজন্মৰ লগতে সাধাৰণ ৰাইজক নিচাযুক্ত দ্ৰব্য সেৱনৰ অপকাৰিতা সৰ্ম্পকে সজাগ হোৱাৰ লগতে এনে দ্ৰব্য সেৱনৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনায়। বিশেষকৈ তেওঁ উঠি অহা প্ৰজন্মক উদ্দেশ্যি কয় যে বহুসময়ত স্কুল-কলেজৰ ছত্ৰ-ছাত্ৰীসকলে সংগদোষত পৰি বা মানসিক তৃপ্তিৰ বাবে চিগাৰেট বা গুটখাৰ দৰে নিচাযুক্ত দ্ৰব্য সেৱন কৰা পৰিলক্ষিত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0