44
চতিয়াঃ সৰু পৰিয়াল, সুখী পৰিয়াল- এই বাক্যশাৰী সকলোৰে হয়তো মুখস্থ হৈ গৈছে। কিন্তু হৃদয়ংগম কৰাৰ পৰা এতিয়াও শতযোজন দূৰত্বত অৱস্থান কৰিছে কোটি কোটি পৰিয়াল।
বৰ্ধিত জনসংখ্যাই বিশ্বত চিন্তাৰ বিষয় হৈ পৰাৰ প্ৰসংগতে আজি বিশ্বজুৰী পালন কৰা হৈছে বিশ্ব জনসংখ্যা দিৱস। বিশ্ব স্ব্যাস্থ সন্থাই আজিৰ দিনটোতে জনসংখ্যাৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টিৰ বাবে পালন কৰি আহিছে এই দিৱস।