newsnextone.com বঢ়হমপুৰঃ অষ্টম এছিয়া যোগ ক্ৰীড়া প্ৰতিযোগিতাত আৰ্টিষ্টিক চ'ল' বিভাগত স্বৰ্ণ জয়লাভ নগাঁৱ পুৰণিগুদামৰ পঞ্চী বৰাৰ।

যোৱা ২৭ চেপ্তেম্বৰৰ পৰা ৩০ চেপ্তেম্বৰলৈকে কেৰেলাত অনুষ্ঠিত যোগ ক্ৰীড়া প্ৰতিযোগিতা খনত ভাগ লৈছিল এছিয়াৰ বহু সংখ্যক দেশে।

অসমৰ উদীতাৰাণী বৰা, হৰ্ষিতা গোস্বামী, আস্থা বৰাৰ পদক অৰ্জনৰে আৰ্ন্তজাতিক ক্ষেত্ৰত উজলি উঠিল অসমৰ যোগ ক্ৰীড়া খেলুৱৈকাইগৰাকী।