Home অন্যান্য খবৰগোৰেশ্বৰত পতঞ্জলি যোগপীঠৰ প্ৰশিক্ষণ শিবিৰ

গোৰেশ্বৰত পতঞ্জলি যোগপীঠৰ প্ৰশিক্ষণ শিবিৰ

by News Desk
105 views
A+A-
Reset

গোৰেশ্বৰঃ বাগসা জিলা যুৱ ভাৰতৰ উদ্যোগত আৰু পতঞ্জলি যোগ সমিতি, ভাৰত স্বাভিমান ন্যাস, মহিলা পতঞ্জলি যোগ সমিতি, কিষান সেৱা সমিতিৰ সহযোগত তথা গোৰেশ্বৰ আঞ্চলিক পতঞ্জলি যোগ সমিতি আৰু গোৰেশ্বৰ মহাবিদ্যালয় এন এচ এচৰ পৰিচালনাত আজিৰে পৰা গোৰেশ্বৰত আৰম্ভ হৈছে ২৫ দিনীয়া সহ-যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰ।

কালি এই উপলক্ষে বিয়লি মাৰোৱাৰী বিবাহ ভৱনত যোগ প্ৰশিক্ষাৰ্থীসকলৰ পঞ্জীয়নৰ লগতে চিনাকি পৰ্ব অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত যোগ বিদ্যাৰ প্ৰাথমিক পৰিচয় আগবঢ়াই বাগসা জিলাৰ যুব প্ৰভাৰী ধ্ৰুৱজ্যোতি ডেকাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0