53
কাজলগাঁওঃ চিৰাং জিলাৰ উত্তৰাঞ্চলৰ আমগুৰি থানাৰ অন্তৰ্গত নেহৰু বজাৰ অঞ্চলত অনাই-বনাই ঘুৰি থকা ১৬ উৰ্ধৰ মুক-বধিৰ কিশোৰ এজনক ৫ জুলাইৰ নিশা ১১ বজাত আৰক্ষীয়ে উদ্ধাৰ কৰে।
আৰক্ষীয়ে কিশোৰ জনক এদিন থানাতে ৰাখি পৰিয়ালৰ লোকক বহু বিচৰাৰ পিছতো কিশোৰ জনৰ পৰিয়ালৰ কোনো শুং সুত্ৰ নোপোৱাত ৬ জুলাইত আৰক্ষীয়ে চিৰাং জিলা শিশু সুৰক্ষা গোটৰ হাতত চমজাই দিয়ে।