55
ধেমাজিঃ ধেমাজি নগৰৰ ভৰালিচুক গাঁৱৰ উমাভৱনৰ পিছফালে এটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, ধেমাজি ৰে’লৱে ষ্টেশ্যনৰ সমীপৰ বালিগাৱৰ ৰাজেশ সোণোৱাল (৩০) নামৰ যুৱকজনে যোৱা ২০ মে’ৰ নিশা মাছ মাৰিবলৈ গৈ নিৰুদ্দেশ হৈ আছিল৷