58
গুৱাহাটীঃ অ’লা-উবেৰৰ জনপ্ৰিয়তাৰ পিছতে এইবাৰ মহানগৰীলৈ আহিছে জুমকাৰ। ভাৰতৰ প্ৰথমটো ১০০ শতাংশ স্বয়ং-চালনা বাহন ভাড়া দিয়া কোম্পানীটোৱে দেশৰ বিভিন্ন ঠাইত জনপ্ৰিয় অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ পিছতেই অসমতো সেৱা অাগবঢ়াবলৈ অাহিছে।
উল্লেখ্য যে, ২০১৩ চনত স্থাপন হোবা এই কোম্পানীটো বৰ্তমান পৰ্যন্ত দেশৰ ২০খন চহৰত সুচাৰুৰূপে কাম সেৱা আগবঢ়াবলৈ সমৰ্থ হৈছে। সম্প্ৰতি কোম্পানীটোত ৩৫০০ৰ অধিক বাহনে গ্ৰাহকক সেৱা আগবঢ়াই আহিছে।