Home অন্যান্য খবৰবিশ্বনাথৰ বালিচাং দুৰ্গোৎসৱত চাওঁতালী দাসাই নৃত্য প্ৰদৰ্শন

বিশ্বনাথৰ বালিচাং দুৰ্গোৎসৱত চাওঁতালী দাসাই নৃত্য প্ৰদৰ্শন

by News Desk
A+A-
Reset
IMG-20211015-WA0020

বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথত প্ৰথমবাৰ চাওঁতালী দাসাই পৰ্ব সম্পন্ন হয় ৷ বালিচাং সাৰ্বজনীন দুৰ্গোৎসৱৰ পূজা মণ্ডপত ছেলাইখাতি দাসাই নৃত্যৰ দলে ধৰ্মীয় পৰম্পৰা অনুসৰি বিজয়া দশমীৰ দিনা দাসাই নৃত্য কৰে ৷ চাওঁতালসকলৰ জন বিশ্বাস অনুসৰি মহিষাসুৰ ওৰফে হুদুড়দুৰ্গা চাওঁতালসকল বীৰপুৰুষ তথা ৰজা আছিল ৷ তেওঁক বধ কৰাত শোকত ম্ৰিয়মাণ হোৱা চাওঁতালসকলে এই দাসাই নৃত্যযোগে দেৱীৰ ওচৰত দুখ আৰু ক্ষোভ প্ৰকাশ কৰাৰ লগতে ৰোদন কৰি এইদৰে পূজাৰ মণ্ডপে মণ্ডপে দাসাই নৃত্য প্ৰদৰ্শন কৰে ৷ এই নৃত্যই শাৰদীয় দুৰ্গোৎসৱক এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0