63
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ২৬ বছৰৰ মুৰত একেলগে কাম কৰিব ঋষি কাপুৰ আৰু অমিতাভ বচ্চনে। এই কথাত একেবাৰে খুছ হৈ পৰিছে দুয়োজন।
ভূমিকা অনুযায়ী ৭৫ বছৰীয়া ঋষি কাপুৰৰ পিতৃৰ ভূমিকাত অৱতীৰ্ণ হ’বলগীয়া অমিতাভৰ ভূমিকা হ’ব এজন ৰঙিয়াল বিনদাছ বাপেক। তাৰ বিপৰীতে অলপ এংগ্ৰী অ’ল্ড মেন টেষ্ট দিব ঋষি কাপুৰে।