114
ডিজিটেল ডেস্কঃ ন্যুনতম বেলেঞ্চৰপৰা আৰম্ভ কৰি নোট বদলোৱা আদি বিভিন্ন ক্ষেত্ৰত গ্ৰাহকৰ ওপৰত আচম্বিতে শুল্ক লগাই সকলোকে ৰুষ্ট কৰা ভাৰতীয় ষ্টেট বেংকৰ চলিত বৰ্ষৰ প্ৰথমটো চতুৰ্থাংশত আয় পুৰ্বৰ তুলনাত দুগুণ হৈছে।
বেংকটোৰ শুকুৰবাৰৰ প্ৰতিবেদন অনুযায়ী মাৰ্চ মাহত শেষ হোৱা চতুৰ্থাংশটোত এছবিআইৰ সৰ্বমুঠ মুনাফা ১২৩% বাঢ়ি ২৮১৫ কোটি টকা হৈছে।