জাতীয় সঙ্গীতৰ ১১১ বছৰ,বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মহোৎসৱৰ আয়োজন !!!

Home অন্যান্য খবৰজাতীয় সঙ্গীতৰ ১১১ বছৰ,বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মহোৎসৱৰ আয়োজন !!!

জাতীয় সঙ্গীতৰ ১১১ বছৰ,বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মহোৎসৱৰ আয়োজন !!!

by News Desk
68 views
A+A-
Reset

গুৱাহাটীঃ গুৱাহাটীৰ অন্যতম সামাজিক -সাংস্কৃতিক বে-চৰকাৰী সংগঠন ‘অসমৰ জাতীয় সংগীত প্ৰসাৰ  আৰু প্রচাৰ সেৱা দলে’ অহা ৬ জুন তাৰিখে ১১১ তম অসমৰ জাতীয় সংগীত মহোৎসৱ ২০২১-২২ বৰ্ষ, গুৱাহাটীৰ কাৰ্যসূচী গুৱাহাটীৰ ৰবীন্দ্র ভৱন প্রেক্ষাগৃহৰ সলনি ডিজিটেল প্লেটফৰ্মত মহোৎসৱৰ চানেকি অনুষ্ঠান ৰূপত অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে । 

উল্লেখযোগ্য যে অহা ২৩ মে’ তাৰিখে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ৰচিত কালজয়ী গীত তথা অসমৰ জাতীয় সঙ্গীত ‘অ মোৰ আপোনাৰ দেশ’-এ ১১১ বছৰ সম্পূৰ্ণ কৰিব।এই উপলক্ষে সংগঠনতোৱে এক বৰ্ণাঢ্য কাৰ্য্যসূচীৰে এক মহোৎসৱৰ আয়োজন কৰিছিল৷ কিন্তু দেশৰ লগতে ৰাজ্যখনত বৰ্দ্ধিত ক’ৰ’না মহামাৰীৰ প্ৰকোপৰ বাবে উক্ত কাৰ্যসূচীক অলপ ব্যতিক্ৰমী ধৰণে সজাই উদযাপিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে আয়োজক কমিটিয়ে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0