Home দেশআগ্ৰাত ১৫টাকৈ গৰুৰ ওপৰত এছিড আক্ৰমণ

আগ্ৰাত ১৫টাকৈ গৰুৰ ওপৰত এছিড আক্ৰমণ

by News Desk
64 views
A+A-
Reset

ডিজিটেল ডেস্কঃ সুন্দৰী যুৱতী-মহিলাই নহয়, এইবাৰ এছিড আক্ৰমণৰ লক্ষ্য হৈ পৰিছে গো-মাতা৷ আগ্ৰাত ১৫টাকৈ গাই আৰু বলধক লক্ষ্য কৰি এছিড নিক্ষেপ কৰে দুস্কৃতিকাৰীয়ে৷ ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে উত্তেজনাৰ সৃষ্টি হৈছে৷

তাজমহলৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ দূৰত্বত কাৰমানা গাঁৱত নিৰীহ গৰুৰ ওপৰত এছিড আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছতে সৰৱ হৈ পৰে বজৰং দলসহ একাধিক দল-সংগঠন৷ আহত পশুধনকেইটাক চিকিৎসাৰ বাবে ঘটনাস্থলীলৈ চিকিৎসকৰ দল প্ৰেৰণ কৰিছে জিলা প্ৰশাসনে৷ একেদৰে গাঁওখনত শান্তি-সম্প্ৰীতি বৰ্তাই ৰখা বাবে মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তা বাহিনী৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0