Home অন্যান্য খবৰ২হাজাৰ কোটিৰ জুৱা, পৰাস্ত হ’ব পাকিস্তান

২হাজাৰ কোটিৰ জুৱা, পৰাস্ত হ’ব পাকিস্তান

by News Desk
57 views
A+A-
Reset

ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফীৰ চূড়ান্ত খেলখন, তাকো ভাৰত-পাকিস্তানৰ মাজত। স্বাভাৱিকতে দেশপ্ৰেমত হাবু-ডুবু নোখোৱাজনৰো অন্তৰত উথলি উঠিব পাৰে নিজৰ জাতীয় দলটোক জয়ী কৰোৱাৰ দুৰ্বাৰ ইচ্ছা। কিন্তু এই দুৰ্বাৰ ইচ্ছাকো চেৰ পেলাইছে জুৱাই।

কোটি কোটি টকাৰ জুৱা আৰম্ভ হৈছে দেওবাৰৰ এই হাই-ভল্টেজ মেচখনক লৈ। ক্ৰিকেট অনুৰাগীৰ সমানেই জুৱা থলীত উথপ-থপ লাগিছে এই খেলখনক লৈ৷ ইতিমধ্যে চূড়ান্ত খেলখনৰ বাবে বুকীৰ মাজত ২ হাজাৰ কোটি টকাৰ জুৱা আৰম্ভ হোৱা বুলি অল ইণ্ডিয়া গেমিং ফেডাৰশ্যনে প্ৰকাশ কৰিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0