শ্ৰীনগৰঃ জম্মু আৰু কাশ্মীৰৰ পুলৱামাত বৃহস্পতিবাৰে হোৱা এনকাউণ্টাৰত নিৰাপত্তাৰক্ষীয়ে জইছ-ই-মহম্মদ সংগঠনৰ শীৰ্ষক সন্ত্ৰাসবাদী কমাণ্ডাৰ খালিদ ভাইৰ লগত তিনিজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে৷ পাকিস্তানৰ খালিদৰ লগতে পুলৱামাৰ নচিৰ পণ্ডিত আৰু বেটিয়াপ’ৰা …
© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.