90
গুৱাহাটীঃসদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু অসম হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলত অসন্তুষ্ট পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ পৰীক্ষাৰ আয়োজন কৰিব ছেবা SEBA)ই। ফলাফলত অসন্তুষ্ট পৰীক্ষাৰ্থীসকলে এই বিশেষ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ পাব। আজি এই কথা প্ৰকাশ কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে।
বিশেষ পৰীক্ষাত বহিবলৈ পৰিক্ষাৰ্থীয়ে ৫ আগষ্টৰ পৰা ১২ আগষ্টলৈ আবেদন কৰিব পাৰিব।