67
লখিমপুৰঃ বুধবাৰৰপৰা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷
১১ তাৰিখে অনুষ্ঠিত হ’বলগীয়া ১৪ নং লখিমপুৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে বিষয়ববীয়াসকল৷