75
মুম্বাইঃ নীৰজা ছবিখনত এগৰাকী সাহসী নাৰীৰ চৰিত্ৰত বলিষ্ঠ অভিনয়ৰ গুণতে শ্ৰেষ্ঠ চলচিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৰাম মাধবনী পৰিচালিত ছবিখনে। লগতে স্পেচিয়েল মেনশ্যন বঁটা আৰ্জন কৰিবলৈ সক্ষম হৈছে সোণম কাপুৰ।
আকৌ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰিছে ‘চিধে-চাধে’ অক্ষয় কুমাৰ। ৰুষ্টম চিনেমাখনত এজন নৌসেনা বিষয়াৰ অভিনয় কৰি এই বঁটা লাভ কৰিছে অক্ষয়ে।