71
ডিজিটেল ডেস্কঃ বিগত ২ বছৰৰ দৰে এইবাৰো জিঅ’মিয়ে ভাৰতত পালন কৰিব বছৰেকীয়া উৎসৱ৷ সেইবাবে এইবাৰো গ্ৰাহকৰ বাবে ম’বাইল প্ৰতিষ্ঠানটোৱে মুকলি কৰিছে কেইবাটাও অফাৰ৷
এম আই নিজা ৱেৱছাইট, আমাজান আৰু ফ্লিপকাৰ্টৰ জৰিয়তে গ্ৰাহকে লাভ কৰিব পাৰিব অফাৰসমূহ৷ আজি আৰু কাইলৈ, এই দুদিনৰ বাবে থাকিব এই ডিল৷ যদি গ্ৰাহকে অনলাইনত এছবিআই ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ক্ৰয় কৰে তেন্তে ৫% কেছবেক পাব৷